প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৱাছিমৰ পোহাৰা দেৱী মন্দিৰত প্ৰাৰ্থনা কৰে
प्रविष्टि तिथि:
05 OCT 2024 2:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাছিম জিলাৰ পোহাৰা দেৱী মন্দিৰত প্ৰাৰ্থনা কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছেঃ
আজি পুৱা মই মহাৰাষ্ট্ৰৰ ৱাছিম জিলাৰ পোহাৰাদেৱী মন্দিৰত প্ৰাৰ্থনা কৰাৰ বিশেষ সুযোগ লাভ কৰিলো। মা জগদম্বাই আমাক সুখ আৰু সুস্বাস্থ্য প্ৰদান কৰক।
MJPS/SR
(रिलीज़ आईडी: 2181737)
आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam