প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দীপাৱলী উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 20 OCT 2025 9:49AM by PIB Guwahati

দীপাৱলী উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে  শুভেচ্ছা জ্ঞাপন কৰিছে।

 

"দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনালোঁ। এই পোহৰৰ উৎসৱে আমাৰ জীৱনটোক সম্প্ৰীতি, সুখ আৰু সমৃদ্ধিৰে আলোকিত কৰক। আমাৰ চাৰিওফালে ইতিবাচক মনোভাৱ বিৰাজ কৰক", শ্ৰী মোদীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

 

"দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনালোঁ। এই পোহৰৰ উৎসৱে আমাৰ জীৱনটোক সম্প্ৰীতি, সুখ আৰু সমৃদ্ধিৰে আলোকিত কৰক। আমাৰ চাৰিওফালে ইতিবাচক মনোভাৱ বিৰাজ কৰক"।

 

 

 

***

MJPS/VJ/DM


(रिलीज़ आईडी: 2181033) आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam