প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিককে ভাৰতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়

प्रविष्टि तिथि: 19 OCT 2025 8:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিককে ভাৰতীয় সামগ্ৰী ক্ৰয় কৰি ১৪০ কোটি ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম, সৃষ্টিশীলতা আৰু উদ্ভাৱনক উদযাপনেৰে উৎসৱৰ বতৰটো পালন কৰিবলৈ আহ্বান জনাইছে। "ভাৰতীয় সামগ্ৰী ক্ৰয় কৰি কওঁ আহক – গৰ্বৰে কৈছোঁ এয়া স্বদেশী! আপুনি ক্ৰয় কৰা এনে সামগ্ৰী ছ'চিয়েল মিডিয়াত শ্বেয়াৰো কৰিব। আপোনাৰ এনে কাৰ্য্যই দহজনকো ক্ৰয় কৰিবলৈ উৎসাহিত কৰিব", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

"১৪০ কোটি ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰম, সৃষ্টিশীলতা আৰু উদ্ভাৱনক উদযাপনেৰে উৎসৱৰ বতৰটো পালন কৰোঁ আহক।

ভাৰতীয় সামগ্ৰী ক্ৰয় কৰি কওঁ আহক – গৰ্বৰে কৈছোঁ এয়া স্বদেশী!

আপুনি ক্ৰয় কৰা এনে সামগ্ৰী ছ'চিয়েল মিডিয়াত শ্বেয়াৰো কৰিব। আপোনাৰ এনে কাৰ্য্যই দহজনকো ক্ৰয় কৰিবলৈ উৎসাহিত কৰিব।"

***

MJPS/VJ/SB
 


(रिलीज़ आईडी: 2180942) आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam