প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মেক ইন ইণ্ডিয়াৰ সফলতাৰ কাহিনীক বিশ্ব অৰ্থনীতিৰ বাবে এক উৎসাহৰ বিষয় হিচাপে অভিহিত কৰে
प्रविष्टि तिथि:
16 JUL 2024 10:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়াৰ সফলতাৰ শলাগ লৈছে। শ্ৰী মোদীয়ে 'মেক ইন ইণ্ডিয়া'য়ে কিদৰে ভাৰতৰ অৰ্থনীতিক বিশ্ব পৰ্যায়লৈ আগবঢ়াই নিছে তাৰ এক আলোকপাত কৰে।
'মেড ইন ইণ্ডিয়া' উদ্যোগৰ বিষয়ে 'মাই গভ ইণ্ডিয়া'ৰ এক্স পোষ্ট থ্ৰিডৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, 'মেড ইন ইণ্ডিয়া' উদ্যোগে বিশ্বব্যাপী ভাৰতীয় উৎপাদিত সামগ্ৰীৰ সাফল্য প্ৰদৰ্শন কৰিছে।
'মেক ইন ইণ্ডিয়া'য়ে কিদৰে ভাৰতৰ অৰ্থনীতিক বিশ্ব পৰ্যায়লৈ আগবঢ়াই নিছে তাৰ এক আভাস!
https://x.com/narendramodi/status/1813252433503830445
DS/ST
(रिलीज़ आईडी: 2178342)
आगंतुक पटल : 34
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam