প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী জয়ৰ বাবে হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
21 NOV 2024 10:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী বিজয়ী ভাৰতীয় হকী দলক অভিনন্দন জনায়।
শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ এই জয়ৰ দ্বাৰা অনাগত খেলুৱৈসকলো উৎসাহিত হ'ব।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"এটা অসাধাৰণ কৃতিত্ব!
আমাৰ হকী দলক মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী জয়ৰ বাবে অভিনন্দন জনাইছো। তেওঁলোকে টুৰ্ণামেণ্টৰ সময়ত ব্যতিক্ৰমীভাৱে ভাল খেলিছিল। তেওঁলোকৰ সফলতাই বহুতো আগন্তুক খেলুৱৈক অনুপ্ৰাণিত কৰিব"।
MJPS/RT
(रिलीज़ आईडी: 2178294)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam