প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰতীয় সংখ্যালঘু ফাউণ্ডেশ্যনৰ প্ৰতিনিধিৰ

পোষ্ট কৰা হৈছে: 05 FEB 2024 7:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত ভাৰতীয় সংখ্যালঘু ফাউণ্ডেশ্যনৰ ধৰ্মীয় নেতাসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

আজি সংসদত ধৰ্মীয় নেতাসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰি মই অতিশয় আনন্দিত হৈছো। আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ যাত্ৰাপথৰ বিষয়ে তেওঁলোকৰ মৰমিয়াল কথাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো।

DS/TS


(ৰিলিজ আই ডি : 2178260) অতিথি কক্ষ : 19