প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
प्रविष्टि तिथि:
11 OCT 2024 8:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশ আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী জে পি নাৰায়ণৰ ব্যক্তিত্ব আৰু আদৰ্শ প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।
এক্সৰ এটা পোষ্টত তেওঁ কৈছেঃ
লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মজয়ন্তীত মোৰ শ্ৰদ্ধাঞ্জলি। তেওঁ দেশ আৰু সমাজত ইতিবাচক পৰিৱৰ্তনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ ব্যক্তিত্ব আৰু আদৰ্শ প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।
MJPS/SR
(रिलीज़ आईडी: 2178233)
आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam