প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমগ্ৰ দেশৰ দিব্যাংগ ভাই-ভনীসকলৰ মৰ্যাদা আৰু আত্মসন্মানৰ প্ৰতি আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
03 DEC 2024 7:09PM by PIB Guwahati
আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তেওঁ লিখা এটা পোষ্ট শ্বেয়াৰ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে নিজে লিখা এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ আমাৰ দিব্যাংগ ভাই-ভনীসকলৰ মৰ্যাদা আৰু আত্মসন্মানৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা পুনৰ দোঁহাৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ-
“আমাৰ চৰকাৰ সমগ্ৰ দেশতে আমাৰ দিব্যাংগ ভাই-ভনীসকলৰ মৰ্যাদা আৰু আত্মসন্মানৰ প্ৰতি দায়বদ্ধ। বিগত ১০ বছৰত আমি তেওঁলোকৰ বাবে লোৱা নীতি আৰু সিদ্ধান্তই ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ। আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসত তেওঁলোকৰ বাবে মোৰ কেইটামান শব্দ লিখিলোঁ...।””
“আমাৰ দিব্যাংগ ভাই-ভনীসকলৰ সবলীকৰণৰ বাবে কাম কৰাৰ এটা দশক! আমি #9YearsOfSugamyaBharat চিহ্নিত কৰা এই দিনটোত কিছু চিন্তা লিখিত ৰূপত অৱগত কৰিলোঁ।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2176804)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam