প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান’ সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পত্ৰৰ উত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 23 JAN 2024 6:54PM by PIB Guwahati

 

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠ অনুষ্ঠান’ সন্দৰ্ভত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিয়া পত্ৰখনৰ উত্তৰ সহভাগ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"দুদিন আগতে মই সন্মানীয় ৰাষ্ট্ৰপতিৰ পৰা এখন অতি অনুপ্ৰেৰণাদায়ক পত্ৰ পাইছিলো। মই আজি এখন পত্ৰৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। "

 

pic.twitter.com/mVJJMgnM8C

— Narendra Modi (@narendramodi) January 23, 2024

 

***

DS/TS/KB


(रिलीज़ आईडी: 2176659) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam