প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মৰিচাছৰ লোকসকলে গোৱা শ্ৰী ৰাম ভক্তিৰ ভজন আৰু কথা সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 20 JAN 2024 9:27AM by PIB Guwahati

 

মৰিচাছৰ জনসাধাৰণে গোৱা শ্ৰীৰাম ভক্তিৰ ভজন আৰু কথা আজি সহভাগ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত কৰা পোষ্ট-ত কয়;

"মৰিচাছৰ লোকসকলে আশ্চৰ্যজনক ভাবে তেওঁলোকৰ পৰম্পৰা সংৰক্ষণ কৰি আহিছে, আৰু ইয়াৰ ভিতৰত আছে কথা আৰু ভজনৰ জৰিয়তে ৰাম ভক্তিৰ অপূৰ্ব প্ৰকাশ। সাংস্কৃতিক শিপাৰ ইমান গভীৰতা আৰু ইমান বছৰ জোৰা ভক্তিৰ সমৃদ্ধ ৰূপ দেখি বৰ ভাল লাগিছে। #ShriRamBhajan

 

********

DS/ST/KB


(रिलीज़ आईडी: 2176655) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam