গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
ৰামবিলাস পাছৱান মহাশয়ে সমাজৰ বঞ্চিত, নিপীড়িত শ্ৰেণীৰ বাবে কাম কৰাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল
ছাত্ৰ দিনৰ পৰাই তেওঁ সামাজিক ন্যায়, সমতা, অভাৱগ্ৰস্ত লোকৰ অধিকাৰৰ হকে মাত মাতিছিল
ৰামবিলাস মহাশয়ৰ দয়ালু ব্যক্তিত্ব আৰু জনসেৱাৰ প্ৰতি দায়বদ্ধতা আমাৰ স্মৃতিত সদায় সজীৱ হৈ থাকিব
ৰামবিলাস পাছৱান মহাশয়ক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছোঁ
Posted On:
08 OCT 2025 2:09PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
X-ত এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লিখিছে যে ৰামবিলাস পাছৱানে সমগ্ৰ জীৱন সমাজৰ বঞ্চিত, নিপীড়িত শ্ৰেণীৰ হকে কাম কৰাৰ বাবে উৎসৰ্গা কৰিছিল। ছাত্ৰ দিনৰ পৰাই তেওঁ সামাজিক ন্যায়, সমতা তথা অভাৱগ্ৰস্ত লোকৰ অধিকাৰৰ হকে মাত মাতিছিল। ৰামবিলাস মহাশয়ৰ দয়ালু ব্যক্তিত্ব আৰু জনসেৱাৰ প্ৰতি দায়বদ্ধতা আমাৰ স্মৃতিত সদায় সজীৱ থাকিব। ৰামবিলাস পাছৱান মহাশয়ক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
RK/VV/PS/PR/DD
(Release ID: 2176363)
Visitor Counter : 4
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada