প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শাৰদ পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 06 OCT 2025 5:06PM by PIB Guwahati

জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শাৰদ পূৰ্ণিমাৰ শুভ উপলক্ষে সমগ্ৰ দেশবাসীক আন্তৰিক শুভেচ্ছা

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখে-

"সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ শাৰদ পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। এই শুভ ক্ষণে আপোনালোক সকলোৰে বাবে সমৃদ্ধি, সুখ আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। দেৱী লক্ষ্মী আৰু ভগৱান চন্দ্ৰৰ আশীৰ্বাদেৰে সকলো ধন্য হওক, তাকে কামনা কৰিলোঁ।"

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2175701) অতিথি কক্ষ : 17