প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

प्रविष्टि तिथि: 02 OCT 2025 7:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভ বিজয়া দশমী উপলক্ষ্যে  সমগ্ৰ দেশৰ নাগৰিকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্সত দিয়া  পৃথক পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-

"বিজয়া দশমী অশুভ আৰু অসত্যৰ  বিৰুদ্ধে শুভ আৰু সত্যৰ জয়ৰ প্ৰতীক। এই শুভ মুহূৰ্তত  সকলোৱে সাহস, প্ৰজ্ঞা, ভক্তিৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা লাভ কৰক" সেয়াই  কামনা কৰিলোঁ।

সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ বিজয়া দশমীৰ বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"

 

MJPS/SR/DM


(रिलीज़ आईडी: 2174248) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam