প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী ওম বিৰলালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

प्रविष्टि तिथि: 17 SEP 2025 9:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। "আপোনাৰ প্ৰীতি-শুভেচ্ছাই মোক দেশ সেৱাত নিয়োজিত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে", শ্ৰী মোদীয়ে কয়।

আজি এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“@ombirlakota-ক আপোনাৰ শুভেচ্ছাৰ বাবে গভীৰ কৃতজ্ঞতা জনালোঁ। আমাৰ চৰকাৰে দেশবাসীৰ কল্যাণ সাধন আৰু ৰাষ্ট্ৰখনৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। আপোনাৰ প্ৰীতি-শুভেচ্ছাই মোক দেশ সেৱাত নিয়োজিত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে।"

***

MJPS/VJ
 


(रिलीज़ आईडी: 2167516) आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam