ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে শ্ৰী চি পি ৰাধাকৃষ্ণনক শপত গ্ৰহণ কৰায়

प्रविष्टि तिथि: 12 SEP 2025 11:00AM by PIB Guwahati

আজি (১২ ছেপ্টেম্বৰ, ২০২৫) ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্ৰী চি পি ৰাধাকৃষ্ণনক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰায়

***

 

MJPS/SR/MK


(रिलीज़ आईडी: 2165899) आगंतुक पटल : 67
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam