পোষ্ট কৰা হৈছে:
12 SEP 2025 11:00AM by PIB Guwahati
আজি (১২ ছেপ্টেম্বৰ, ২০২৫) ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্ৰী চি পি ৰাধাকৃষ্ণনক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰায়।




***
MJPS/SR/MK