প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ফিজিঅ’থেৰাপিৰ অনুশীলনেৰে জড়িত সকলোৰে প্ৰচেষ্টাৰ শলাগ লয়

प्रविष्टि तिथि: 08 SEP 2025 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব ফিজিঅ'থেৰাপি দিৱস উপলক্ষে ফিজিঅ'থেৰাপিৰ অনুশীলনেৰে জড়িত সকলোৰে প্ৰচেষ্টাৰ শলাগ লয়। "তেওঁলোকে মানুহৰ, বিশেষকৈ বৃদ্ধ লোকসকলৰ চলা-ফুৰা, মৰ্য্যাদা অটুত ৰখা আৰু জীৱনৰ এটি উন্নত মানদণ্ড নিশ্চিতকৰণেৰে তেওঁলোকৰ মংগল সাধনৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণা উল্লেখযোগ্য", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;

"বিশ্ব ফিজিঅ'থেৰাপি দিৱস হৈছে ফিজিঅ'থেৰাপিৰ অনুশীলনেৰে জড়িত সকলোৰে প্ৰচেষ্টাৰ শলাগ লোৱাৰ এটি উপলক্ষ। তেওঁলোকে মানুহৰ, বিশেষকৈ বৃদ্ধ লোকসকলৰ চলা-ফুৰা, মৰ্য্যাদা অটুত ৰখা আৰু জীৱনৰ এটি উন্নত মানদণ্ড নিশ্চিতকৰণেৰে তেওঁলোকৰ মংগল সাধনৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণা উল্লেখযোগ্য।"

****

MJPS/VJ/SB
 


(रिलीज़ आईडी: 2164881) आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam