প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ সূচীঃ প্ৰধানমন্ত্ৰীৰ ঘানা ভ্ৰমণ

Posted On: 03 JUL 2025 4:01AM by PIB Guwahati
  1. ঘোষণা

· দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক অংশীদাৰিত্বলৈ উন্নীতকৰণ

  1. বুজাবুজি চুক্তিৰ (MoU) তালিকা

· সাংস্কৃতিক বিনিময় কাৰ্য্যসূচী (CEP) সন্দৰ্ভত চুক্তিঃ গভীৰ সাংস্কৃতিক বুজাবুজি আৰু কলা, সংগীত, নৃত্য, সাহিত্য আৰু ঐতিহ্যৰ ক্ষেত্ৰত বিনিময়ক উৎসাহিতকৰণ।

· ভাৰতীয় মানক ব্যুৰ’ (BIS) আৰু ঘানা মানক কৰ্তৃপক্ষ (GSA)-ৰ মাজত চুক্তিঃ মানকীকৰণ, প্ৰমাণীকৰণ আৰু অনুৰূপতা মূল্যায়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য।

· পৰম্পৰাগত আৰু বিকল্প চিকিৎসা প্ৰতিষ্ঠান (ITAM), ঘানা আৰু আয়ুৰ্বেদ শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (ITRA), ভাৰতৰ মাজত চুক্তিঃ পৰম্পৰাগত চিকিৎসা শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্য।

· যুটীয়া আয়োগ বৈঠক সন্দৰ্ভত চুক্তিঃ উচ্চ-পৰ্য্যায়ৰ আলোচনাক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান আৰু নিয়মীয়াকৈ দ্বিপাক্ষিক সহযোগিতা ব্যৱস্থাসমূহৰ পৰ্য্যালোচনাৰ লক্ষ্য।

****

MJPS/ST/SB


(Release ID: 2159141)