প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে গৱেষণা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ প্ৰকাশ কৰে
प्रविष्टि तिथि:
19 JUN 2025 1:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমৱৰ্ধমান উচ্চতাৰ প্ৰমাণ হিচাপে কিউএছ ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং ২০২৬ক আদৰণি জনায়। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে গৱেষণা আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰক আগুৱাই নিয়াৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক্সত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়ঃ
"কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ২০২৬ ৰেংকিঙে আমাৰ শিক্ষা খণ্ডৰ বাবে এক ডাঙৰ খবৰ কঢ়িয়াই আনিছে।ভাৰতৰ যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে গৱেষণা আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰক আগুৱাই নিয়াৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।"
***
MJPS/SR/DB
(रिलीज़ आईडी: 2158987)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam