প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 AUG 2025 1:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ সাহাৰ্য ঘোষণা কৰিছে।
পিএমঅ’ৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
“উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। যিসকল লোকে আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।
মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০টকাকৈ সাহাৰ্য প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi”
***
MJPS/SR
(रिलीज़ आईडी: 2151932)
आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam