প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বৈদ্যুতিক গতিশীলতা, সেউজ প্ৰযুক্তি আৰু উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ভাৰতে কেনেদৰে নিজৰ ঔদ্যোগিক পৰিৱেশ পুনৰ গঢ় দিছে সেই সম্পৰ্কে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
प्रविष्टि तिथि:
02 AUG 2025 2:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৈদ্যুতিক গতিশীলতা, সেউজ প্ৰযুক্তি আৰু উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ বিষয়ত বিশেষ গুৰুত্ব দি ভাৰতে নিজৰ উদ্যোগিক পৰিৱেশক কিদৰে নতুন ৰূপ দিছে সেই সম্পৰ্কে এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এইচ.ডি. কুমাৰস্বামীৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই এক্সত প্ৰধানমন্ত্ৰীয়ে কয়।
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @hd_kumaraswamy য়ে লিখিছে যে ভাৰতে বৈদ্যুতিক গতিশীলতা, সেউজ প্ৰযুক্তি আৰু উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰি নিজৰ উদ্যোগিক পৰিৱেশক পুনৰ গঢ় দিছে। লক্ষ্য নিৰ্ধাৰিত আঁচনি আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বই এই পৰিৱৰ্তনক আগুৱাই লৈ গৈছে।”
***
MJPS/SR/DM
(रिलीज़ आईडी: 2151765)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam