| 
                        তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
                         
                         
                        
                            ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ ঘোষণা  
                         
                        
                         
                        
                            টুৱেল্ভথ্ ফেইলে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে ফ্লাৱাৰিং মেনে লাভ কৰে শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্মৰ বাবে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে; গড ভলচাৰ এণ্ড হিউমেনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰে  শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছীয়ে জৱান আৰু টুৱেল্ভথ্ ফেইলৰ বাবে মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা, ৰাণী মুখাৰ্জীয়ে মিছেচ চেটাৰ্জী বনাম নৰৱেৰ বাবে মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হয় বিজয়ৰাঘৱন আৰু মুথুপেত্তাই ছমু ভাস্কৰে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভ কৰাৰ বিপৰীতে উৰ্বশী আৰু জাংকি বডিৱালাই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে  হনু-মেন এভিজিচি (এনিমেচন, ভিজুৱেল ইফেক্টছ গেমিং এণ্ড কমিক)ৰ শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈছে  গিদ্ধ দ্য স্কেভেঞ্জাৰে লাভ কৰে শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা
                          
                        
                         
                        
                            Posted On:
                        01 AUG 2025 7:41PM by PIB Guwahati
                         
                        
                         
                        
                            আজি নিজ নিজ জুৰীয়ে ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলৰ কথা ঘোষণা কৰে। এই বছৰ বঁটাৰ বাবে ফিচাৰ ছবিৰ শাখাত ৩৩২খন, নন-ফিচাৰ ছবিৰ বাবে ১১৫খন, ২৭খন কিতাপ, আৰু ১৬খন সমালোচনকৰ আবেদন দাখিল কৰা হৈছিল। 
টুৱেল্ভথ্ ফেইল ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ফিচাৰ ছবিৰ সন্মানেৰে সন্মানিত হৈছে। 
ফ্লাৱাৰিং মেনে শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্মৰ বঁটা লাভ কৰাৰ বিপৰীতে গড ভলচাৰ এণ্ড হিউমেনে শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। দুয়োখন ছবিয়ে প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। 
শ্বাহৰুখ খান (জৱান) আৰু বিক্ৰান্ত মেছী (টুৱেল্ভথ্ ফেইল)ক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। শ্বাহৰুখ খানৰ কেৰিয়াৰত এইটোৱেই প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। 
মিচেছ চেটাৰ্জী বনাম নৰৱে ছবিখনৰ বাবে ৰাণী মুখাৰ্জীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটাৰে সন্মানিত হয়। এইয়া তেওঁৰ বাবেও প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। 
প্ৰবীণ অভিনেতা বিজয়ৰাঘৱন আৰু মুথুপেত্তাই ছমু ভাস্কৰক শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ সন্মান প্ৰদান কৰা হয়। 
এই ঘোষণাসমূহ কৰে শ্ৰী আশুতোষ গোৱাৰিকাৰ (ফিচাৰ ফিল্ম বিচাৰকৰ অধ্যক্ষ), শ্ৰী পি শেশাদ্ৰী (নন-ফিচাৰ ফিল্ম বিচাৰকৰ অধ্যক্ষ), আৰু যুটীয়া সচিব (চলচ্চিত্ৰ) ড° অজয় নাগাভূষণ এমএনে। এই উপলক্ষে পিআইবিৰ সঞ্চালক প্ৰধান শ্ৰীমতী মাত্তু জেপি সিঙো উপস্থিত থাকে। 
  
বঁটাপ্ৰাপকসকলৰ সম্পূৰ্ণ তালিকা তলত দিয়া হৈছে 
৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২৩ৰ চিনেমাৰ শ্ৰেষ্ঠ লেখা 
শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা: 
	
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 সমালোচকৰ নাম 
			 | 
			
			 ভাষা 
			 | 
			
			 পদক আৰু নগদ ধন পুৰস্কাৰ 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 উৎপল দত্ত 
			 | 
			
			 অসমীয়া 
			 | 
			
			 স্বৰ্ণ কমল আৰু ১,০০,০০০/- টকা। 
			 | 
		 
	
 
  
৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২৩ৰ নন-ফিচাৰ চলচ্চিত্ৰ শাখা  
	
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বঁটাৰ শ্ৰেণী 
			 | 
			
			 ছবিৰ শিৰোনাম 
			 | 
			
			 বঁটা বিজয়ী 
			 | 
			
			 পদক আৰু নগদ ধন পুৰস্কাৰ 
			 | 
		 
		
			| 
			   
			১. 
			 | 
			
			   
			শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম 
			 | 
			
			   
			ফ্লাৱাৰিং মেন 
			(হিন্দী) 
			 | 
			
			 প্ৰযোজক: ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট 
			পৰিচালক: সৌম্যজিৎ ঘোষ দস্তিদাৰ 
			 | 
			
			 স্বৰ্ণ কমল 
			৩,০০,০০০/- টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 পৰিচালকৰ শ্ৰেষ্ঠ আত্মপ্ৰকাশ ছবি 
			 | 
			
			 মাউ: দ্য স্পিৰিট ড্ৰিমছ অৱ চেৰাউ 
			(মিজো) 
			 | 
			
			 পৰিচালক: শিল্পিকা বৰদলৈ 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰেষ্ঠ জীৱনীমূলক / ঐতিহাসিক পুনৰ্গঠন / সংকলন চলচ্চিত্ৰ 
			 | 
			
			 মো বৌ, মো গান 
			  
			(ওডিয়া) 
			 | 
			
			 প্ৰযোজক: কিকচি উইকচি ফিল্মছ 
			আৰএনভি ১৮২০ ফিল্মছ 
			পৰিচালক: সুবাস সাহু 
			 | 
			
			   
			  
			ৰজত কমল 
			  
			২,০০,০০০/- টকা 
			(শ্বেয়াৰ কৰা) 
			 | 
		 
		
			| 
			 লেনটিনা আও – এ লাইট অন দ্য় ইষ্টাৰ্ণ হৰাইজন 
			(ইংৰাজী) 
			 | 
			
			 প্ৰযোজক: এনএফডিচি 
			পৰিচালক: সঞ্জীব পৰাসৰ 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 শ্ৰেষ্ঠ কলা / সংস্কৃতি চলচ্চিত্ৰ 
			 | 
			
			 টাইমলেছ তামিলনাডু 
			(ইংৰাজী) 
			 | 
			
			 প্ৰযোজক: চেলিব্ৰিটিজ মেনেজমেণ্ট প্ৰাইভেট লিমিটেড 
			পৰিচালক: কামাখ্যা নাৰায়ণ সিং 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰেষ্ঠ তথ্যচিত্ৰ 
			 | 
			
			 গড ভলচাৰ আৰু হিউমেন 
			(ইংৰাজী, হিন্দী আৰু তেলেগু) 
			 | 
			
			 প্ৰযোজক: ষ্টুডিঅ’ লিচি 
			ড° ৰাজেশ চান্দৱানী 
			পৰিচালক: ঋষিৰাজ আগৰৱাল 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৬. 
			 | 
			
			 সামাজিক আৰু পৰিৱেশগত মূল্যবোধক প্ৰসাৰিত কৰা শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম 
			 | 
			
			 দ্য় চাইলেণ্ট পেনদেমিক 
			(হিন্দী) 
			 | 
			
			 প্ৰযোজক: চিনেমা৪গুড প্ৰাইভেট লিমিটেড 
			ৰাহগিৰি ফাউণ্ডেচন 
			পৰিচালক: অক্ষত গুপ্তা 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৭. 
			 | 
			
			 শ্ৰেষ্ঠ চুটি ছবি (৩০ মিনিটলৈকে) 
			 | 
			
			 গিদ্ধ দ্য স্কেভেঞ্জাৰ 
			(হিন্দী) 
			 | 
			
			 প্ৰযোজক: এলানাৰ ফিল্মছ 
			পৰিচালক: মনীষ ছাইনী 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৮. 
			 | 
			
			 শ্ৰেষ্ঠ পৰিচালনা 
			 | 
			
			 দ্য় ফাৰ্ষ্ট ফিল্ম 
			(হিন্দী) 
			 | 
			
			 পৰিচালক: পীযুষ ঠাকুৰ 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/- টকা 
			 | 
		 
		
			| 
			 ৯. 
			 | 
			
			 শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী 
			 | 
			
			 লিটিল উইংছ 
			(তামিল) 
			  
			 | 
			
			 চিনেমাট’গ্ৰাফাৰ: সৰৱণমৰুথু 
			সৌন্দৰপাণ্ডি আৰু মীনাক্ষী সোমন 
			  
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/ টকা - (শ্বেয়াৰ কৰা) 
			 | 
		 
		
			| 
			 ১০. 
			 | 
			
			 শ্ৰেষ্ঠ শব্দ ডিজাইন 
			 | 
			
			 ধূন্ধগিৰি কে ফুল 
			(হিন্দী) 
			 | 
			
			 শব্দ ডিজাইনাৰ: শুভৰুণ সেনগুপ্ত 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা 
			 | 
		 
		
			| 
			 ১১. 
			 | 
			
			 শ্ৰেষ্ঠ সম্পাদনা 
			 | 
			
			 মুভিং ফ'কাচ 
			(ইংৰাজী) 
			 | 
			
			 সম্পাদক: নীলাদ্ৰী ৰায় 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা 
			 | 
		 
		
			| 
			 ১২. 
			 | 
			
			 শ্ৰেষ্ঠ সংগীত পৰিচালনা 
			 | 
			
			 দ্য় ফাৰ্ষ্ট ফিল্ম 
			(হিন্দী) 
			 | 
			
			 সংগীত পৰিচালক: প্ৰণিল দেশাই 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা 
			 | 
		 
		
			| 
			 ১৩. 
			 | 
			
			 শ্ৰেষ্ঠ নেৰেশ্বন/ ভইচ অভাৰ 
			 | 
			
			 দ্য় চেক্ৰেড জ্যাক - এক্সপ্লোৰিং দ্য় ট্ৰি অৱ উইচেছ 
			(ইংৰাজী) 
			 | 
			
			 কথক: হৰিকৃষ্ণন এছ 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা 
			 | 
		 
		
			| 
			 ১৪. 
			 | 
			
			 শ্ৰেষ্ঠ স্ক্ৰিপ্ত 
			 | 
			
			 চানফ্লাৱাৰচ ৱেৰ দ্য় ফাৰ্ষ্ট ওৱানচ টু ন'... 
			  
			(কানাড়া) 
			 | 
			
			 চিত্ৰনাট্যকাৰ: চিদানন্দ নাইক 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা 
			 | 
		 
		
			| 
			 ১৫. 
			 | 
			
			 বিশেষ উল্লেখ 
			 | 
			
			 নেকাল - ক্ৰনিকল অফ দ্য পেডি মেন 
			  
			(মালয়ালম) 
			 | 
			
			 পৰিচালক আৰু প্ৰযোজক: এমকে ৰমাদাস 
			 | 
			
			 প্ৰমাণপত্ৰ (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 দ্য় চি এণ্ড চেভেন ভিলেজ 
			  
			(ওডিয়া) 
			 | 
			
			 প্ৰযোজক: কদাম্বিনি মিডিয়া প্ৰাইভেট লিমিটেড 
			পৰিচালক: হিমাংশু চেখৰ খাটুৱা 
			 | 
			
			 প্ৰমাণপত্ৰ (প্ৰত্য়েকলৈ) 
			 | 
		 
	
 
  
৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২৩ৰ ফিচাৰ চলচ্চিত্ৰ শাখা 
	
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বঁটাৰ শ্ৰেণী 
			 | 
			
			 ছবিৰ শিৰোনাম 
			 | 
			
			 বঁটা বিজয়ী 
			 | 
			
			 পদক আৰু নগদ ধন পুৰস্কাৰ 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 শ্ৰেষ্ঠ ফিচাৰ ছবি 
			 | 
			
			 টুৱেল্ভথ্ ফেইল 
			(হিন্দী) 
			 | 
			
			 প্ৰযোজক: ভিচি ফিল্মছ এলএলপি 
			পৰিচালক: বিধু বিনোদ চোপ্ৰা 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/ টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 এজন পৰিচালকৰ শ্ৰেষ্ঠ আত্মপ্ৰকাশ ছবি 
			 | 
			
			 আত্মপেম্ফ্লেট 
			  
			(মাৰাঠী) 
			 | 
			
			   
			পৰিচালক: আশীষ বেণ্ডে 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 সম্পূৰ্ণ মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা 
			 | 
			
			 ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী 
			  
			(হিন্দী) 
			 | 
			
			 প্ৰযোজক: ধৰ্ম প্ৰডাকচন প্ৰাইভেট লিমিটেড 
			পৰিচালক: কৰণ জোহৰ 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/- টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 ৰাষ্ট্ৰীয়, সামাজিক, আৰু পৰিৱেশগত মূল্যবোধৰ প্ৰচাৰ কৰা শ্ৰেষ্ঠ ফিচাৰ ছবি 
			 | 
			
			 ছেম বাহাদুৰ 
			  
			(হিন্দী) 
			 | 
			
			 প্ৰযোজক: ইউনিলেজাৰ ভেঞ্চাৰছ প্ৰাইভেট লিমিটেড 
			পৰিচালক: মেঘনা গুলজাৰ 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/-টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰেষ্ঠ শিশু ছবি 
			 | 
			
			 নাল ২ 
			  
			(মাৰাঠী) 
			 | 
			
			 প্ৰযোজক: জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজ লিমিটেড। 
			আতপাট প্ৰডাকচন 
			পৰিচালক: সুধাকৰ ৰেড্ডী য়াক্কান্টি 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/-টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৬. 
			 | 
			
			 এভিজিচিৰ শ্ৰেষ্ঠ ছবি 
			(এনিমেশন, ভিজুৱেল ইফেক্ট, গেমিং আৰু কমিক) 
			 | 
			
			 হনু-মেন 
			  
			(তেলেগু) 
			 | 
			
			 প্ৰযোজক: প্ৰাইমশ্ব’ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড 
			পৰিচালক: প্ৰসন্ত বৰ্মা 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/-টকা (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 এনিমেটৰ: জেটী ভেংকট কুমাৰ 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/-টকা 
			 | 
		 
		
			| 
			 ভিএফএক্সৰ তত্বাৱধায়ক: জেটী ভেংকট কুমাৰ 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/-টকা 
			 | 
		 
		
			| 
			 ৭. 
			 | 
			
			 শ্ৰেষ্ঠ পৰিচালনা 
			 | 
			
			 দ্য় কেৰেলা ষ্টোৰী (হিন্দী) 
			 | 
			
			 পৰিচালক: সুদীপ্ত সেন 
			 | 
			
			 স্বৰ্ণ কমল 
			  
			৩,০০,০০০/-টকা 
			 | 
		 
		
			| 
			 ৮. 
			 | 
			
			 মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা 
			  
			 | 
			
			 জৱান 
			  
			(হিন্দী) 
			 | 
			
			 অভিনেতা: শ্বাহৰুখ খান 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/-টকা 
			(শ্বেয়াৰ কৰা) 
			  
			 | 
		 
		
			| 
			 টুৱেল্ভথ্ ফেইল 
			  
			(হিন্দী) 
			 | 
			
			 অভিনেতা: বিক্ৰান্ত মেছি 
			 | 
		 
		
			| 
			 ৯. 
			 | 
			
			 মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী 
			 | 
			
			 মিচেছ চেটাৰ্জী বনাম নৰৱে 
			  
			(হিন্দী) 
			 | 
			
			 অভিনেত্ৰীঃ ৰাণী মুখাৰ্জী 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ১০. 
			 | 
			
			 সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা 
			  
			 | 
			
			 পূক্কালাম 
			  
			(মালয়ালম) 
			 | 
			
			 সহযোগী অভিনেতা: বিজয়ৰাঘৱন 
			 | 
			
			   
			ৰজত কমল 
			  
			২,০০,০০০/- টকা। 
			(শ্বেয়াৰ কৰা) 
			 | 
		 
		
			| 
			 পাৰ্কিং 
			  
			(তামিল) 
			 | 
			
			 সহযোগী অভিনেতা: মুথুপেত্তাই ছমু ভাস্কৰ 
			 | 
		 
		
			| 
			 ১১. 
			 | 
			
			 সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী 
			 | 
			
			 উল্লোঝুক্কু 
			(মালয়ালম) 
			 | 
			
			 সহযোগী অভিনেত্ৰী: উৰ্বশী 
			 | 
			
			   
			ৰজত কমল 
			  
			২,০০,০০০/- টকা। 
			(শ্বেয়াৰ কৰা) 
			 | 
		 
		
			| 
			 ভাছ 
			(গুজৰাটী) 
			 | 
			
			 সহযোগী অভিনেত্ৰীঃ জাংকি বডিৱালা 
			 | 
		 
		
			| 
			 ১২. 
			 | 
			
			 শ্ৰেষ্ঠ শিশু শিল্পী 
			 | 
			
			 গান্ধী তথা চেট্টু 
			  
			(তেলেগু) 
			 | 
			
			 শিশু শিল্পী: সুকৃতী ভেনি বান্দৰেদ্দি 
			 | 
			
			   
			  
			ৰজত কমল 
			  
			২,০০,০০০/- টকা। 
			(শ্বেয়াৰ কৰা)  
			 | 
		 
		
			| 
			 জিপ্সী 
			  
			(মাৰাঠী) 
			 | 
			
			 শিশু শিল্পী: কবীৰ খান্দৰে 
			 | 
		 
		
			| 
			 নাল ২ 
			  
			(মাৰাঠী) 
			 | 
			
			 শিশু শিল্পী: ট্ৰিছা থোছাৰ, শ্ৰীনিবাস পোকালে আৰু ভাৰ্গৱ জগতাপ 
			 | 
		 
		
			| 
			 ১৩. 
			 | 
			
			 শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়ক 
			 | 
			
			 বেবী (প্ৰেমিস্থুনা) 
			(তেলেগু) 
			 | 
			
			 গায়ক: পিভিএন এছ ৰোহিত 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ১৪. 
			 | 
			
			 শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকা 
			 | 
			
			 জৱান (চলিয়া)  
			  
			(হিন্দী) 
			 | 
			
			 কণ্ঠশিল্পী: শিল্পা ৰাও 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ১৫. 
			 | 
			
			 শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী 
			 | 
			
			 দ্য় কেৰেলা ষ্টোৰী 
			(হিন্দী) 
			 | 
			
			 চিনেমাটোগ্ৰাফাৰ: প্ৰশান্তনু মহাপাত্ৰ 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ১৬. 
			 | 
			
			 শ্ৰেষ্ঠ চিত্ৰনাট্য 
			 | 
			
			 বেবী 
			  
			(তেলেগু) 
			 | 
			
			 চিত্ৰনাট্য লেখক (মূল): সাই ৰাজেশ নীলম 
			 | 
			
			   
			  
			ৰজত কমল 
			  
			২,০০,০০০/- (শ্বেয়াৰ কৰা) 
			 | 
		 
		
			| 
			 পাৰ্কিং 
			  
			(তামিল) 
			 | 
			
			 চিত্ৰনাট্য লেখক (মূল): ৰামকুমাৰ বালকৃষ্ণন 
			  
			 | 
		 
		
			| 
			 ছিৰ্ফ এক বান্দা কাফি হে 
			  
			(হিন্দী) 
			 | 
			
			 সংলাপ লেখক: দীপক কিংৰাণী 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ১৭. 
			 | 
			
			 শ্ৰেষ্ঠ শব্দ ডিজাইন 
			 | 
			
			 এনিমেল 
			  
			(হিন্দী) 
			 | 
			
			 শব্দ ডিজাইনাৰ: শচীন সুধাকৰণ 
			  
			হৰিহৰণ মুৰলীধৰণ 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (শ্বেয়াৰ কৰা) 
			 | 
		 
		
			| 
			 ১৮. 
			 | 
			
			 শ্ৰেষ্ঠ সম্পাদনা 
			 | 
			
			 পূক্কালাম 
			(মালয়ালম) 
			 | 
			
			 সম্পাদক: মিধুন মুৰালী 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ১৯. 
			 | 
			
			 শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন 
			 | 
			
			 ২০১৮-এভ্ৰিৱান ইজ এ হিৰো 
			(মালয়ালম) 
			 | 
			
			 প্ৰডাকচন ডিজাইনাৰ: মোহনদাস 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ২০. 
			 | 
			
			 শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইনাৰ 
			 | 
			
			 ছেম বাহাদুৰ 
			  
			(হিন্দী) 
			 | 
			
			 সাজ-পোছাক ডিজাইনাৰ: শচীন লোভালেকাৰ, দিব্য গম্ভীৰ, আৰু নিধি গম্ভীৰ 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (শ্বেয়াৰ কৰা) 
			 | 
		 
		
			| 
			 ২১. 
			 | 
			
			 শ্ৰেষ্ঠ মেক-আপ 
			 | 
			
			 ছেম বাহাদুৰ 
			  
			(হিন্দী) 
			 | 
			
			 মেক-আপ আৰ্টিষ্ট: শ্ৰীকান্ত দেশাই 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 ২২. 
			 | 
			
			 শ্ৰেষ্ঠ সংগীত পৰিচালনা 
			 | 
			
			 বাথী 
			  
			(তামিল) 
			 | 
			
			 সংগীত পৰিচালক (গীত): জিভি প্ৰকাশ কুমাৰ 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা। 
			 | 
		 
		
			| 
			 এনিমেল 
			  
			(হিন্দী) 
			 | 
			
			 সংগীত পৰিচালক (পটভূমি সংগীত): হৰ্ষবৰ্ধন ৰামেশ্বৰ 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা 
			 | 
		 
		
			| 
			 ২৩. 
			 | 
			
			 শ্ৰেষ্ঠ গীতৰ কথা 
			 | 
			
			 বালাগম (ওৰু পাল্লেতুৰু) 
			(তেলেগু) 
			 | 
			
			 গীতিকাৰ: কছাৰলা শ্যাম 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা  
			 | 
		 
		
			| 
			 ২৪. 
			 | 
			
			 শ্ৰেষ্ঠ কোৰিঅ'গ্ৰাফী 
			 | 
			
			 ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী (ধীন্দোৰা বাজে ৰে) 
			  
			(হিন্দী) 
			 | 
			
			 নৃত্য পৰিচালক: বৈভৱী মাৰ্চেণ্ট 
			 | 
			
			 ৰজত কমল 
			২,০০,০০০/- টকা  
			 | 
		 
		
			| 
			 ২৫. 
			 | 
			
			 শ্ৰেষ্ঠ এক্সন পৰিচালনাৰ বঁটা (ষ্টাণ্ট কোৰিঅ'গ্ৰাফী) 
			 | 
			
			 হনু-মেন (তেলেগু) 
			 | 
			
			 ষ্টাণ্ট কৰিঅ’গ্ৰাফাৰ: নন্দু প্ৰুধ্বী 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (শ্বেয়াৰ কৰা) 
			 | 
		 
	
 
  
	
		
			| 
			 সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ কৰা প্ৰতিটো ভাষাৰ শ্ৰেষ্ঠ ফিচাৰ ছবি 
			 | 
		 
		
			| 
			 ২৬. 
			 | 
			
			 শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ 
			  
			 | 
			
			 ৰঙাটাপু ১৯৮২ 
			 | 
			
			 প্ৰযোজক: বিআৰচি চিনে প্ৰডাকচন 
			  
			পৰিচালক: আদিত্যম শইকীয়া 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ২৭. 
			 | 
			
			 শ্ৰেষ্ঠ বাংলা ছবি 
			  
			 | 
			
			 ডিপ ফ্ৰীজ 
			 | 
			
			 প্ৰযোজক: কালাৰ্ছ অৱ ড্ৰীম এণ্টাৰটেইনমেণ্ট 
			  
			পৰিচালক: অৰ্জুন দত্ত 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ২৮. 
			 | 
			
			 শ্ৰেষ্ঠ গুজৰাটী ছবি 
			 | 
			
			 ভাছ 
			 | 
			
			 প্ৰযোজক: বিগ বক্স ছিৰিজ প্ৰাইভেট লিমিটেড 
			  
			কেএছ এণ্টাৰটেইনমেণ্ট এলএলপি 
			  
			পৰিচালক: কৃষ্ণদেৱ য়াগনিক 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ২৯. 
			 | 
			
			 শ্ৰেষ্ঠ হিন্দী ছবি 
			  
			 | 
			
			 কাথাল: এ জেকফ্ৰুট মিষ্ট্ৰী 
			 | 
			
			 প্ৰযোজক: নেটফ্লিক্স এণ্টাৰটেইনমেণ্ট চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড 
			বালাজী টেলিফিল্মছ লিমিটেড 
			শিক্ষা এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড 
			  
			পৰিচালক: যশোৱৰ্ধন মিশ্ৰ 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৩০. 
			 | 
			
			 শ্ৰেষ্ঠ কানাড়া ছবি 
			  
			 | 
			
			 কাণ্ডেলু – এ ৰে অৱ হ’প 
			 | 
			
			 প্ৰযোজক: স্বস্তিক এণ্টাৰটেইনমেণ্ট 
			  
			পৰিচালক: কে যশোদা প্ৰকাশ 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৩১. 
			 | 
			
			 শ্ৰেষ্ঠ মালয়ালম ছবি 
			 | 
			
			 উল্লোঝুক্কু 
			(আণ্ডাৰকাৰেন্ট) 
			 | 
			
			 প্ৰযোজক: ইউনিলেজাৰ ভেঞ্চাৰছ প্ৰাইভেট লিমিটেড 
			মেকগাফিন ছবি 
			পৰিচালক: ক্রিষ্টো টমী 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৩২ 
			 | 
			
			 শ্ৰেষ্ঠ মাৰাঠী ছবি 
			 | 
			
			 শ্যামচি আই 
			 | 
			
			 প্ৰযোজক: অম্ৰুতা ফিল্মছ 
			  
			পৰিচালক: সুজয় সুনীল দহাকে 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৩৩. 
			 | 
			
			 শ্ৰেষ্ঠ ওড়িয়া ছবি 
			  
			 | 
			
			 পূষ্কাৰা 
			 | 
			
			 প্ৰযোজক: তৰংগ চিনে প্ৰডাকচন 
			  
			পৰিচালকঃ সুভ্ৰাংশু দাস 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৩৪. 
			 | 
			
			 শ্ৰেষ্ঠ পাঞ্জাবী ছবি 
			 | 
			
			 গডডে গডডে চা 
			 | 
			
			 প্ৰযোজক: ভিএইচ এণ্টাৰটেইনমেণ্ট 
			  
			জি ষ্টুডিঅ' 
			  
			পৰিচালক: বিজয় কুমাৰ অৰোৰা 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৩৫. 
			 | 
			
			 শ্ৰেষ্ঠ তামিল ছবি 
			  
			 | 
			
			 পাৰ্কিং 
			 | 
			
			 প্ৰযোজক: ছ’লজাৰছ ফেক্টৰী 
			পেচন ষ্টুডিঅ' 
			পৰিচালক: ৰামকুমাৰ বালকৃষ্ণন 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৩৬. 
			 | 
			
			 শ্ৰেষ্ঠ তেলেগু ছবি 
			  
			 | 
			
			 ভগৱন্ত কেছাৰী (আই ডন্ট কেয়াৰ) 
			 | 
			
			 প্ৰযোজক: শ্বাইন স্ক্ৰীণছ (ভাৰত) এলএলপি 
			  
			পৰিচালক: অনিল ৰবিপুড়ী 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
	
 
  
	
		
			| 
			 সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ কৰা ভাষাৰ বাহিৰে আন প্ৰতিটো ভাষাতে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি 
			 | 
		 
		
			| 
			 ৩৭. 
			 | 
			
			 শ্ৰেষ্ঠ গাৰো ছবি 
			 | 
			
			 ৰিমডোগিটাংগা 
			 | 
			
			 প্ৰযোজক: আন্না ফিল্মছ 
			আনকম্বড বুদ্ধ 
			জয়চি ষ্টুডিঅ' 
			  
			পৰিচালক: ডমিনিক মেগাম চাংমা 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৩৯. 
			 | 
			
			 শ্ৰেষ্ঠ টাই ফাকে ছবি 
			 | 
			
			 পাই টাং 
			ষ্টেপ অৱ হ’প  
			 | 
			
			 প্ৰযোজক: নব কুমাৰ ভূঞা 
			  
			পৰিচালক: প্ৰবাল খাউণ্ড 
			 | 
			
			 ৰজত কমল 
			  
			২,০০,০০০/- (প্ৰত্য়েকলৈ) 
			 | 
		 
		
			| 
			 ৪০. 
			 | 
			
			 বিশেষ উল্লেখ 
			 | 
			
			 প্ৰাণী (পুনৰ ৰেকৰ্ডিং মিক্সাৰ) 
			(হিন্দী) 
			 | 
			
			 এম আৰ ৰাজকৃষ্ণন 
			 | 
			
			 প্ৰমাণপত্ৰ 
			 | 
		 
	
 
  
  
৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২৩ৰ বিচাৰক 
ফিচাৰ চলচ্চিত্ৰ বিচাৰক 
	
		
			| 
			 কেন্দ্ৰীয় পেনেল 
			 | 
		 
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বিচাৰকৰ নাম 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 শ্ৰী আশুতোষ গোৱাৰিকাৰ (অধ্যক্ষ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 শ্ৰী এমএন স্বামী (সদস্য) 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰীমতী গীতা এম গুৰাপ্পা (সদস্য) 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 ড° ভিএন আদিত্য (সদস্য) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰী অনিশ বসু (সদস্য) 
			 | 
		 
		
			| 
			 ৬. 
			 | 
			
			 শ্ৰী পৰেশ ভোৰা (সদস্য) 
			 | 
		 
		
			| 
			 ৭. 
			 | 
			
			 শ্ৰী সুশীল ৰাজপাল (সদস্য) 
			 | 
		 
		
			| 
			 ৮.  
			 | 
			
			 শ্ৰী বিবেক প্ৰতাপ (সদস্য) 
			 | 
		 
		
			| 
			 ৯. 
			 | 
			
			 শ্ৰী প্ৰদীপ নাইৰ (সদস্য) 
			 | 
		 
		
			| 
			 ১০. 
			 | 
			
			 শ্ৰী মণিৰাম সিং (সদস্য) 
			 | 
		 
		
			| 
			 ১১.  
			 | 
			
			 শ্ৰীমতী প্ৰকৃতি মিশ্ৰ (সদস্য) 
			 | 
		 
	
 
  
আঞ্চলিক বিচাৰক 
	
		
			| 
			 উত্তৰ পেনেল 
			 | 
		 
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বিচাৰকৰ নাম 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 শ্ৰী জোচে এন্টনি পালাকাপিল্লিল (অধ্যক্ষ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 শ্ৰী চেথান মুণ্ডাদী (সদস্য) 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰী কমলেশ কুমাৰ মিশ্ৰ (সদস্য) 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 শ্ৰী নিৰজ কুমাৰ মিশ্ৰ (সদস্য) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰী প্ৰমোদ কুমাৰ (সদস্য) 
			 | 
		 
	
 
  
	
		
			| 
			 পূব পেনেল 
			 | 
		 
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বিচাৰকৰ নাম 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 শ্ৰী শিৱধ্বজ শ্বেট্টী (অধ্যক্ষ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 ড° ববি শৰ্মা বৰুৱা (সদস্য) 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰী ঐনাম ডৰেন (সদস্য) 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 শ্ৰী সুকুমাৰ নন্দলাল জাটানিয়া (সদস্য) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰী তুষাৰ কান্তি বন্দ্যোপাধ্যায় (সদস্য) 
			 | 
		 
	
 
  
	
		
			| 
			 পশ্চিম পেনেল 
			 | 
		 
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বিচাৰকৰ নাম 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 শ্ৰী তুষাৰ হিৰণানন্দনী (অধ্যক্ষ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 শ্ৰীমতী চিৰন্তনা ভাট (সদস্য) 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰী মন্দাৰ তালাউলিকেৰ (সদস্য) 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 শ্ৰী প্ৰবীণ মৰ্চালে (সদস্য) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰী শিৱাজী লোটান পাটিল (সদস্য) 
			 | 
		 
	
 
  
	
		
			| 
			 দক্ষিণ-১ পেনেল 
			 | 
		 
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বিচাৰকৰ নাম 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 শ্ৰী অভিজিত শিৰীশ দেশপাণ্ডে (অধ্যক্ষ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 শ্ৰী মনোজ চিডি (সদস্য) 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰীমতী অপৰ্ণা সিং (সদস্য) 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 শ্ৰী চেলভানাৰায়ণন আই (সদস্য) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰী এছ ৰাজাচেখৰন (সদস্য) 
			 | 
		 
	
 
  
	
		
			| 
			 দক্ষিণ-২ পেনেল 
			 | 
		 
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বিচাৰকৰ নাম 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 শ্ৰী মালয় ৰায় (অধ্যক্ষ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 শ্ৰী ৰঘুনন্দন বিআৰ (সদস্য) 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰীমতী ৰুণা ভুটদা (সদস্য) 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 শ্ৰী ৱাইকে গুলাভাদি (সদস্য) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰী সতীশ বৰ্মা মণ্ডপতি (সদস্য) 
			 | 
		 
	
 
  
নন-ফিচাৰ চলচ্চিত্ৰ বিচাৰক 
	
		
			| 
			 ক্ৰমিক নং 
			 | 
			
			 বিচাৰকৰ নাম 
			 | 
		 
		
			| 
			 ১. 
			 | 
			
			 শ্ৰী পি শেশাদ্ৰী (অধ্যক্ষ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 শ্ৰীমতী পংকজা ঠাকুৰ (সদস্য) 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰী অতুল গংগৱাৰ (সদস্য) 
			 | 
		 
		
			| 
			 ৪. 
			 | 
			
			 শ্ৰীমতী সৃষ্টি লখেৰা (সদস্য) 
			 | 
		 
		
			| 
			 ৫. 
			 | 
			
			 শ্ৰী কেএছ চেলভাৰাজ (সদস্য) 
			 | 
		 
		
			| 
			 ৬. 
			 | 
			
			 শ্ৰীমতী অলিভিয়া দাস (সদস্য) 
			 | 
		 
		
			| 
			 ৭. 
			 | 
			
			 শ্ৰী জয়চেং জাই দহুতিয়া (সদস্য) 
			 | 
		 
	
 
  
চিনেমাৰ ওপৰত শ্ৰেষ্ঠ লেখাৰ বিচাৰক 
	
		
			| 
			 ১. 
			 | 
			
			 শ্ৰী গোপালকৃষ্ণ পাই (অধ্যক্ষ) 
			 | 
		 
		
			| 
			 ২. 
			 | 
			
			 শ্ৰী অশোক পালিত (সদস্য) 
			 | 
		 
		
			| 
			 ৩. 
			 | 
			
			 শ্ৰী বিনোদ অনুপম (সদস্য) 
			 | 
		 
	
 
  
ঘোষণাৰ আগে আগে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰীয়ে আনুষ্ঠানিকভাৱে বঁটাপ্ৰাপকৰ তালিকা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানক দাখিল কৰে। 
  
  
***** 
Dharmendra Tewari/ Navin Sreejith/AA 
                         
                        
                         
                        
                         
                        
                            (Release ID: 2151632)
                         
                        
                         
                     |