প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 18 JUL 2025 9:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে মহাৰাজ জীৰ আশীৰ্বাদ গ্ৰহণেৰে তেওঁৰ আগ্ৰহ, মৰম আৰু মাৰ্গ-দৰ্শনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“আজি মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজৰ পৰা আশীৰ্বাদ লাভৰ সৌভাগ্য হয়। তেওঁৰ ব্যক্তিত্ব উজ্জ্বলতা আৰু শক্তিৰে পৰিপূৰ্ণ হোৱাৰ সমান্তৰালকৈ তেওঁৰ ভাষণো আধ্যাত্মিকতাৰে ভৰা। মহাৰাজ জীৰ অন্তৰংগতা, স্নেহ আৰু পথ-প্ৰদৰ্শনে মোক অভিভূত কৰিছে!”

***

MJPS/SR/SKS/SB


(रिलीज़ आईडी: 2146684) आगंतुक पटल : 27
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam