প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এটি সেউজ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ ভাৰতৰ অংগীকাৰ আৰু প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে

प्रविष्टि तिथि: 15 JUL 2025 8:59PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটি সেউজ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ ভাৰতৰ অংগীকাৰ আৰু প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“এই সাফল্যই এটি সেউজ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ ভাৰতৰ অংগীকাৰ আৰু প্ৰচেষ্টাৰাজিত আলোকপাত কৰিছে।”

 

***

MJPS/SR/SKS/SB
 


(रिलीज़ आईडी: 2145128) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam , Malayalam