প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হজৰত ইমাম হুছেইন (এএছ)ৰ বলিদানসমূহে তেওঁৰ সৎকৰ্মৰ প্ৰতি থকা দায়বদ্ধতাকে আলোকপাত কৰে: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
06 JUL 2025 8:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কয় যে হজৰত ইমাম হুছেইন (এএছ) য়ে দিয়া বলিদানসমূহে তেওঁৰ সৎকৰ্মৰ প্ৰতি থকা দায়বদ্ধতাকে আলোকপাত কৰে। তেওঁ মানুহক প্ৰতিকূলতাৰ সন্মুখীন হৈও সত্যক ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে; শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
"হজৰত ইমাম হুছেইন (আঃ)-এ দিয়া বলিদানসমূহে তেওঁৰ সৎকৰ্মৰ প্ৰতি থকা দায়বদ্ধতাকে আলোকপাত কৰে। তেওঁ মানুহক প্ৰতিকূলতাৰ সন্মুখীন হৈ সত্যক ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে।"
***
MJPS/ST/DM
(ৰিলিজ আই ডি : 2142709)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam