পোষ্ট কৰা হৈছে:
19 JUN 2025 10:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰ্গাওঁ পথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২ লাখ টকা আহতসকলক ৫০,০০০ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰে।
পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
“মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰ্গাওঁ পথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেওৰুৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। যিসকল লোকে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো।আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।
পিএমএনআৰএফৰ অধীনত প্ৰতিজন মৃতকৰ নিকাত্মীয়ক ২ লাখ টকাকৈ দিয়া হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”
***
MJPS/SR/SKS/DB