প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জি-৭ সন্মিলনত ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
18 JUN 2025 3:02PM by PIB Guwahati
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্টনিঅ’ কোষ্টাৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপত মিলিত হয়।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্টনিঅ’ কোষ্টাৰ সৈতে ফলপ্ৰসূ বাৰ্তালাপত মিলিত হওঁ।
@eucopresident”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2137407)
आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam