প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জি-৭ সন্মিলনৰ আঁৰত ইটালীৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
18 JUN 2025 2:59PM by PIB Guwahati
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইটালীৰ প্ৰধানমন্ত্ৰী মহামহিম জিঅৰ্জিয়া মেলোনিৰে মিলিত হয়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ইটালীৰ সৈতে ভাৰতৰ বন্ধুত্ব অধিক গভীৰ হৈ থাকিব, ইয়াৰ ফলশ্ৰুতিত আমাৰ জনসাধাৰণ বহুখিনি লাভান্বিত হ’ব।
ইটালীৰ প্ৰধানমন্ত্ৰীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“জিঅৰ্জিয়া মেলোনি, আপোনাৰ কথাত সম্পূৰ্ণ একমত। ইটালীৰ সৈতে ভাৰতৰ বন্ধুত্ব অধিক গভীৰ হৈ থাকিব, ইয়াৰ ফলশ্ৰুতিত আমাৰ জনসাধাৰণ বহুখিনি লাভান্বিত হ’ব!
@GiorgiaMeloni”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2137403)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Gujarati
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam