পোষ্ট কৰা হৈছে:
04 JUN 2025 8:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত লি জে-ম্যুঙক অভিনন্দন জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ-
"শ্ৰীযুত লি জে-ম্যুঙক কোৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাইছো। ভাৰত-কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বক আৰু অধিক সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী।"
@Jaemyung_Lee.”
***
MJPS/ST/DB