প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শুভম দ্বিবেদীৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
30 MAY 2025 9:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰৰ বাবে তেওঁলোকে আমাৰ বীৰ সেনাবাহিনীক কৃতজ্ঞতা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়ঃ
""আজি পেহেলগামত কাপুৰুষৰ সংঘটিত কৰা সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা আমাৰ কানপুৰৰ পুত্ৰ শুভম দ্বিবেদীৰ পৰিয়ালৰ সদস্যসকলক লগ পালোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰৰ বাবে আমাৰ শক্তিশালী সেনাবাহিনীক তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁলোকৰ এই মনোভাৱে দেশবাসীক অনুপ্ৰাণিত কৰিব।"
***
MJPS/VJ/DB
(ৰিলিজ আই ডি : 2133039)
অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক:
Odia
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada