পোষ্ট কৰা হৈছে:
24 MAY 2025 8:47PM by PIB Guwahati
কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা-নগৰ হাভেলী আৰু দমন-দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্ল কে পেটেলে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা-নগৰ হাভেলী আৰু দমন-দিউৰ প্ৰশাসক শ্ৰী @prafulkpatel-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”
***
MJPS/SR/SB