প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মাওবাদী ভাবুকি দূৰ কৰিবলৈ সেনা বাহিনীসমূহৰ প্ৰচেষ্টাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
21 MAY 2025 5:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাওবাদৰ ভাবুকি দূৰ কৰি আমাৰ জনসাধাৰণৰ শান্তিপূৰ্ণ আৰু প্ৰগতিশীল জীৱন সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি সেনা বাহিনীৰ প্ৰচেষ্টাৰ শলাগ লয়।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এক্স পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“এই উল্লেখযোগ্য সফলতাৰ বাবে আমি আমাৰ সেনা বাহিনীক লৈ গৌৰৱান্বিত।মাওবাদৰ ভাবুকি দূৰ কৰি আমাৰ জনসাধাৰণৰ শান্তিপূৰ্ণ আৰু প্ৰগতিশীল জীৱন নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2130433)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam