প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ‘প্ৰজেক্ট লায়ন’ৰ অধীনত অব্যাহত প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে
Posted On:
21 MAY 2025 3:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত সিংহক এটা অনুকূল পৰিবেশ প্ৰদানৰ সমান্তৰালকৈ ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰা ‘প্ৰজেক্ট লায়ন’ৰ অধীনত অব্যাহত প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে।
গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে এক্সত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“এয়া অতিশয় উত্সাহৰ কথা! ‘প্ৰজেক্ট লায়ন’ৰ অধীনত অব্যাহত প্ৰচেষ্টাৰাজিয়ে গুজৰাটত সিংহক কেৱল এটা অনুকূল পৰিবেশ প্ৰদানেই নহয়, বৰঞ্চ ইয়াৰ সুৰক্ষাও নিশ্চিত কৰিছে বুলি জানিবলৈ পাই সন্তোষ পাইছোঁ।”
***
MJPS/SR/SB
(Release ID: 2130296)
Visitor Counter : 3
Read this release in:
Marathi
,
Bengali
,
Manipuri
,
Telugu
,
Odia
,
English
,
Urdu
,
Hindi
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam