প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 14 MAY 2025 2:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

 

"ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিলো। নতুন কাৰ্যকালৰ বাবে তেওঁক শুভেচ্ছা জনাইছো"।

 

***

MJPS/VJ/NB


(ৰিলিজ আই ডি : 2128644) অতিথি কক্ষ : 11