প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চত্তীশগড়ৰ ৰায়পুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ দুখত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা
Posted On:
12 MAY 2025 5:46PM by PIB Guwahati
চত্তীশগড়ৰ ৰায়পুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাসকলৰ দুখত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকললৈ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
“চত্তীশগড়ৰ ৰায়পুৰত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাসকলৰ দুখত গভীৰভাৱে শোক প্ৰকাশ কৰিছোঁ।যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলে আশু আৰোগ্য লাভ কৰক।
‘পিএমএনআৰএফ’ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকাকৈ একাকালীন সাহায্য দিয়া হ’ব: প্ৰধানমন্ত্ৰী @narendramodi"
**********
MJPS/ST/KB
(Release ID: 2128558)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam