পোষ্ট কৰা হৈছে:
21 APR 2025 4:40PM by PIB Guwahati
আজি গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এই সন্দৰ্ভত এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়ঃ
“গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী @Bhupendrapbjp-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@CMOGuj”
***
MJPS/SR/SB