প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুডুচেৰীৰ উপ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 12 APR 2025 10:59PM by PIB Guwahati

 

পুডুচেৰীৰ উপ ৰাজ্যপাল শ্ৰী কে কৈলাশনাথনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেলে লিখিছে:

"আজি পুৱাৰভাগত পুডুচেৰীৰ উপ ৰাজ্যপাল শ্ৰী কে কৈলাশনাথনে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@LGov_Puducherry"

 

 

***

MJPS/SR/KB


(रिलीज़ आईडी: 2121371) आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam