প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
থিৰু কুমাৰী অনন্তনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
09 APR 2025 2:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ নেতা থিৰু কুমাৰী অনন্তনৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
এক্সৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“থিৰু কুমাৰী অনন্তন জী সমাজৰ প্ৰতি তেওঁৰ উল্লেখযোগ্য সেৱা আৰু তামিলনাডুৰ প্ৰগতিৰ অৰ্থে সমৰ্পণৰ বাবে স্মৰণীয় হৈ থাকিব। তেওঁ তামিল ভাষা আৰু সংস্কৃতিক জনপ্ৰিয়কৰণৰ বাবেও অলেখ প্ৰচেষ্টা গ্ৰহণ কৰিছিল। তেওঁৰ বিয়োগত শোকাহত হৈছোঁ। মই তেওঁৰ পৰিয়াল-বৰ্গ আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”
***
MJPS/ST/SB
(ৰিলিজ আই ডি : 2120503)
অতিথি কক্ষ : 44
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam