প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব স্বাস্থ্য দিৱসত এখন সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
07 APR 2025 9:07AM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য দিৱসত এখন সুস্থ পৃথিৱী গঢ়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে। শ্ৰী মোদীয়ে কয় যে চৰকাৰে স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দি থাকিব আৰু মানুহৰ মংগলৰ বিভিন্ন দিশত বিনিয়োগ কৰিব। সুস্বাস্থ্য হৈছে প্ৰতিখন সমৃদ্ধিশালী সমাজৰ ভেটি।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখেঃ
“বিশ্ব স্বাস্থ্য দিৱসত আহক আমি এখন সুস্থ পৃথিৱী গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰোঁ। আমাৰ চৰকাৰে স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দি থাকিব আৰু মানুহৰ মংগলৰ বিভিন্ন দিশত বিনিয়োগ কৰিব। সুস্বাস্থ্য হৈছে প্ৰতিখন সমৃদ্ধিশালী সমাজৰ ভেটি!”
***
MJPS/ST
(Release ID: 2119714)
Visitor Counter : 38
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam