প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত ভাৰতৰ যাত্ৰাৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
01 APR 2025 7:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত ভাৰতৰ যাত্ৰাৰ প্ৰশংসা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এক্সত কৰা পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়:
“এয়া বাস্তৱত প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত আমাৰ যাত্ৰাত এক গৌৰৱপূৰ্ণ মাইলৰ খুঁটি!”
**********
MJPS/SR
(रिलीज़ आईडी: 2117621)
आगंतुक पटल : 39
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam