প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পবিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 02 APR 2025 10:06AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পৱিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে। সকলোকে শুনিবলৈ আহ্বান জনাই তেওঁ দেৱী মাৰ ৰূপৰ প্ৰতি সমৰ্পিত এক প্ৰাৰ্থনা সহভাগ বতৰা কৰে।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

"নৱৰাত্ৰিত ‘মাঁ অম্বে'ৰ উপাসনাই সকলো ভক্তকে ভাববিভোৰ কৰি তোলে। দেৱী মাৰ স্বৰূপসমূহৰ প্ৰতি সমৰ্পিত এই স্তুতিয়ে অলৌকিক অনুভূতি প্ৰদান কৰে। আপোনালোকেও শুনকচোন…"

 

***

MJPS/SR/KB


(ৰিলিজ আই ডি : 2117613) অতিথি কক্ষ : 82