প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শান্তি, সুখ আৰু নতুন শক্তিৰ বাৰ্তাৰে নৱৰাত্ৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
পোষ্ট কৰা হৈছে:
31 MAR 2025 9:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী দুৰ্গাৰ ঐশ্বৰিক কৃপাৰ কথা উল্লেখ কৰি দেশবাসীক সম্ভাষণ জনাইছে। দেৱীৰ কৃপাত ভক্তসকলক কেনেদৰে শান্তি, সুখ আৰু নতুন শক্তি প্ৰদান কৰে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰে। তেওঁ লগতে শ্ৰীমতী ৰাজলক্ষ্মী সঞ্জয়ৰ এটা প্ৰাৰ্থনাও শ্বেয়াৰ কৰে।
তেওঁ ছ’চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে- “নৱৰাত্ৰিৰ দিনা দেৱী মাৰ আশীৰ্বাদে ভক্তসকলক সুখ, শান্তি আৰু নতুন শক্তিৰে ভৰাই তোলক। শক্তিৰ পূজাৰ নামত উৎসৰ্গিত ৰাজলক্ষ্মী সঞ্জয় জীৰ এই প্ৰাৰ্থনা শুনকচোন...”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2117050)
অতিথি কক্ষ : 75
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam