প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰীমতী ৰেখা গুপ্তাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 FEB 2025 1:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেখা গুপ্তাক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁ তৃণমূল পৰ্যায়ৰ পৰা আহিছে, যিগৰাকীয়ে ছাত্ৰ ৰাজনীতি, ৰাজ্যিক সংগঠন, পৌৰসভা প্ৰশাসনত সক্ৰিয়ভাৱে জড়িত হৈ বৰ্তমান বিধায়িকাৰ লগতে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখে;

“দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেখা গুপ্তাজীক অভিনন্দন জনাইছো। তৃণমূল পৰ্যায়ৰ পৰা আহি ছাত্ৰ ৰাজনীতি, ৰাজ্যিক সংগঠন, পৌৰসভা প্ৰশাসনত সক্ৰিয়ভাৱে জড়িত হৈ বৰ্তমান এগৰাকী বিধায়িকাৰ লগতে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে। মই নিশ্চিত যে সৰ্বশক্তিৰে দিল্লীৰ উন্নয়নৰ বাবে কাম কৰিব। তেওঁৰ ফলপ্ৰসূ কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা জনাইছো।

@gupta_rekha”

***

MJPS/ST/DB


(रिलीज़ आईडी: 2104979) आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Kannada , Malayalam