প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যদি আপোনাৰ খোৱা-লোৱা সঠিক হয়, তেন্তে আপুনি নিজৰ পৰীক্ষা ভালদৰে দিব পাৰিব!: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
13 FEB 2025 7:27PM by PIB Guwahati
এই কথাৰ ওপৰত জোৰ দি যে সঠিক খোৱা-লোৱা আৰু ভাল টোপনিৰ জৰিয়তে পৰীক্ষাত উন্নত প্ৰদৰ্শন কৰাত সহায়ক হ’ব, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কাইলৈ ‘পৰীক্ষা পে চৰ্চা’ৰ চতুৰ্থ এপিছোড চাবলৈ আহ্বান জনায়।
এক্সত শিক্ষা মন্ত্ৰালয়ৰ এটা পোষ্টৰ উত্তৰ দি, শ্ৰী মোদীয়ে কয়:
“যদি আপোনাৰ খোৱা-লোৱা সঠিক হয়, তেন্তে আপুনি নিজৰ পৰীক্ষা ভালদৰে দিব পাৰিব! ‘পৰীক্ষা পে চৰ্চা'ৰ চতুৰ্থ এপিছোড পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত খোৱা-লোৱা আৰু ভাল টোপনিৰ বিষয়ে হ’ব। কাইলৈ, ১৪ ফেব্ৰুৱাৰীত সোণালী ছভৰৱাল, ৰুজুতা দিৱেকৰ আৰু ৰেৱন্ত হিমতসিংকাই এই বিষয় সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰা শুনক। #PPC2025 #ExamWarriors
@foodpharmer2”
**********
MJPS/SR
(ৰিলিজ আই ডি : 2104755)
অতিথি কক্ষ : 38
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam