প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকৰ
পোষ্ট কৰা হৈছে:
13 FEB 2025 8:15AM by PIB Guwahati
আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ সঞ্চালক শ্ৰীমতী তুলসী গাব্বাৰ্ডে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক আজি সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে শ্ৰীমতী গাব্বাৰ্ডৰ সৈতে তেওঁৰ পূৰ্বৰ বৈঠকৰ কথা স্মৰণ কৰে। এই আলোচনাত দ্বিপাক্ষিক চোৰাংচোৱা সহযোগিতা বৃদ্ধি, বিশেষকৈ সন্ত্ৰাসবাদবিৰোধী, চাইবাৰ নিৰাপত্তা, ক্ৰমবৰ্ধমান ভাবুকি আৰু কৌশলগত চোৰাংচোৱা তথ্য বিনিময়ৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থত আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ সন্দৰ্ভতো মত বিনিময় কৰি এক নিৰাপদ, সুস্থিৰ আৰু নীতি আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি নিজৰ নিজৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
***
MJPS/SR/KD
(ৰিলিজ আই ডি : 2102621)
অতিথি কক্ষ : 65
ত এই ৰিলিজটো পঢ়ক:
English
,
Manipuri
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam