প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত দৃষ্টান্তমূলক সেৱাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 FEB 2025 9:30AM by PIB Guwahati
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ বিশাল উপকূল ৰক্ষাৰ ক্ষেত্ৰত বাহিনীটোৰ জোৱানসকলৰ শক্তি, নিষ্ঠা আৰু অক্লান্ত সতৰ্কতাৰ বাবে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে সামুদ্ৰিক সুৰক্ষাৰ পৰা দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱালৈকে, চোৰাংচোৱা বিৰোধী অভিযানৰ পৰা আৰম্ভ কৰি পৰিৱেশ সুৰক্ষালৈকে ভাৰতীয় উপকূলৰক্ষী বাহিনী আমাৰ সাগৰৰ দুৰ্জেয় ৰক্ষক, যিসকলে আমাৰ জল আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়;
“আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ভাৰতীয় উপকূলৰক্ষী বাহিনীক আমাৰ বিশাল উপকূল ৰক্ষাৰ ক্ষেত্ৰত বাহিনীটোৰ তেওঁলোকৰ শক্তি, নিষ্ঠা আৰু অক্লান্ত সতৰ্কতাৰ বাবে প্ৰশংসা কৰিছো। সামুদ্ৰিক সুৰক্ষাৰ পৰা আৰম্ভ কৰি দুৰ্যোগৰ প্ৰতি সঁহাৰি, চোৰাংচোৱা বিৰোধী অভিযানৰ পৰা পৰিৱেশ সুৰক্ষালৈকে ভাৰতীয় উপকূলৰক্ষী বাহিনী আমাৰ সাগৰৰ দুৰ্জেয় ৰক্ষক, যিসকলে আমাৰ জল আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰে।@IndiaCoastGuard”
***
MJPS/ST/DB
(रिलीज़ आईडी: 2098595)
आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada