প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘গান্ধী স্মৃতি’ত প্ৰাৰ্থনা সভাত প্ৰধানমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰে

प्रविष्टि तिथि: 30 JAN 2025 8:21PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘গান্ধী স্মৃতি’ত এক প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰে।

 ‘এক্স’-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"আজি সন্ধিয়া গান্ধী স্মৃতিত এখন প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰিলোঁ।"

 

***

MJPS/ST/KB


(रिलीज़ आईडी: 2097813) आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam