প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰবীণ সেনা হাৱ বলদেৱ সিং (অৱসৰপ্ৰাপ্ত)ৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
08 JAN 2025 10:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ সেনা হাৱ বলদেৱ সিং (অৱসৰপ্ৰাপ্ত)ৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ভাৰতৰ প্ৰতি তেওঁৰ উল্লেখযোগ্য সেৱা ভৱিষ্যতৰ দিনবোৰত স্মৰণীয় হৈ থাকিব। সাহস আৰু দৃঢ়তাৰ প্ৰকৃত প্ৰতিমূৰ্তি, দেশৰ প্ৰতি তেওঁৰ অটল সমৰ্পণে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কয়;
“হাৱ বলদেৱ সিং (অৱসৰপ্ৰাপ্ত)ৰ মৃত্যুত মৰ্মাহত হৈছো। ভাৰতৰ প্ৰতি তেওঁৰ উল্লেখযোগ্য সেৱা ভৱিষ্যতৰ দিনবোৰত স্মৰণীয় হৈ থাকিব। সাহস আৰু দৃঢ়তাৰ প্ৰকৃত প্ৰতিমূৰ্তি, দেশৰ প্ৰতি তেওঁৰ অটল সমৰ্পণে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব। কেইবছৰমান পূৰ্বে নৌশ্বেৰাত তেওঁক লগ পোৱাৰ কথা মোৰ অতিকৈ মনত পৰিছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।”
***
MJPS/ST/DB
(रिलीज़ आईडी: 2097020)
आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam