প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বেটি বচাওঁ বেটি পঢ়াওঁ পদক্ষেপে লক্ষ-লক্ষ মহিলাক অনুপ্ৰাণিতকৰণেৰে তেওঁলোকক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত আগৰণুৱা কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
22 JAN 2025 1:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বেটি বচাওঁ বেটি পঢ়াওঁ পদক্ষেপে লক্ষ-লক্ষ মহিলাক অনুপ্ৰাণিত কৰিছে আৰু ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকক আগৰণুৱা কৰি তুলিছে। তেখেতে কয় যে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ প্ৰবন্ধটোত ভাৰতৰ কন্যাসকলে কেনেদৰে পৰিৱৰ্তন সাধনকাৰী, উদ্যোগী আৰু নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে, সেয়া উজ্জ্বল হৈ উঠিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ এক্সৰ এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“কেন্দ্ৰীয় মন্ত্ৰী @Annapurna4BJP ডাঙৰীয়াণীয়ে ভাৰতৰ কন্যাসকলে কেনেকৈ পৰিৱৰ্তন সাধনকাৰী, উদ্যোগী আৰু নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে, সেই সন্দৰ্ভত আলোকপাত কৰিছে। #BetiBachaoBetiPadhao পদক্ষেপে লক্ষ-লক্ষ মহিলাক অনুপ্ৰাণিত কৰিছে আৰু ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকক আগৰণুৱা কৰি তুলিছে।”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2095073)
आगंतुक पटल : 58
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
हिन्दी
,
Punjabi
,
Odia
,
Telugu
,
English
,
Urdu
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Kannada