প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ ‘জি-২০ সভাপতিত্ব আৰু সন্মিলন’ সম্পৰ্কীয় গ্ৰন্থখনৰ বাবে শ্ৰী অমিতাভ কান্তক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে
प्रविष्टि तिथि:
21 JAN 2025 3:44PM by PIB Guwahati
ভাৰতৰ ‘জি-২০ সভাপতিত্ব আৰু সন্মিলন, ২০২৩’ সম্পৰ্কে এখন কিতাপ লিখিবলৈ কৰা শ্ৰী অমিতাভ কান্তৰ প্ৰচেষ্টাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে তেওঁ এখন উন্নত পৃথিৱীৰ সন্ধানত মানৱ কেন্দ্ৰিক বিকাশৰ বাবে ভাৰতৰ প্ৰচেষ্টা সন্দৰ্ভত এক স্পষ্ট দৃষ্টিভংগী প্ৰদান কৰিছে।
শ্ৰী অমিতাভ কান্তে ‘এক্স’-ত কৰা এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে:
"২০২৩ চনত ভাৰতৰ জি-২০ সভাপতিত্ব আৰু সন্মিলনৰ বিষয়ে লিখিবলৈ কৰা আপোনাৰ প্ৰচেষ্টা প্ৰশংসনীয়, যি এখন উন্নত পৃথিৱীৰ সন্ধানত মানৱ কেন্দ্ৰিক বিকাশক অধিক আগুৱাই নিয়াৰ আমাৰ প্ৰচেষ্টা সন্দৰ্ভত এক স্পষ্ট দৃষ্টিভংগী প্ৰদান কৰিছে।
@amitabhk87"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2094832)
आगंतुक पटल : 51
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam