প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গ্ৰাম্য ভূমি ডিজিটেলাইজেশ্যনে প্ৰযুক্তি আৰু সুশাসনৰ শক্তিৰ সহায় লৈ গ্ৰাম্য সবলীকৰণক আগুৱাই লৈ গৈছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 18 JAN 2025 10:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি কয় যে গ্ৰাম্য ভূমি ডিজিটেলাইজেশ্যনে প্ৰযুক্তি আৰু সুশাসনৰ শক্তিৰ সহায় লৈ গ্ৰাম্য সৱলীকৰণক আগুৱাই লৈ গৈছে।

মাইগভইণ্ডিয়াৰ এটা এক্স পোষ্টৰ সঁহাৰি জনাই তেওঁ কয়-

“প্ৰযুক্তি আৰু সুশাসনৰ শক্তিক লাভৱান কৰি গ্ৰাম্য সবলীকৰণক আগুৱাই নিয়া হৈছে...”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2094152) आगंतुक पटल : 60
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam